বাৰ্তা:ভাৰতৰ স্বাধীনতা আন্দোলন
অৱয়ব
এই পৃষ্ঠাখন ভাৰতৰ স্বাধীনতা আন্দোলন-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
মহাত্মা গান্ধীৰপৰা অনাখিনিত কিছু অসুবিধা আছে। কিছু সম্পাদনা কৰিব লাগিব কিজানি। কাৰণ তাত গান্ধীৰফালৰপৰাহে কথাবিলাক লিখা হৈছে। কিছুমান বাক্য-ত এইটো স্পষ্ট হৈ আছে।উদ্দীপতালুকদাৰ (talk) 15:27, 1 ফেব্ৰুৱাৰী 2013 (UTC)
- হয়, পৃষ্ঠাখন খুব সৰু হৈ আছিল বাবে আনি থৈছিলো| ভালেখিনি সম্পাদনা কৰিব বাকী আছে| বিষ্ণু শইকীয়া⇒✉ 17:05, 1 ফেব্ৰুৱাৰী 2013 (UTC)
ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ভাৰতৰ স্বাধীনতা আন্দোলনক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।